"অ মোৰ আপোনাৰ দেশ " অসমৰ ৰাজ্যিক গীত। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল । ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত ইয়াক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয়।
অসমৰ
জাতীয় সংগীত
-লক্ষ্মীনাথ বেজবৰুৱা
অ' মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণী দেশ
এনেখন
শুৱলা, এনেখন সুফলা,
এনেখন
মৰমৰ দেশ।।'
অ' মোৰ সুৰীয়া মাত
অসমৰ
সুৱদী মাত
পৃথিৱীৰ
ক'তো, বিচাৰি জনমটো
নোপোৱা
কৰিলেও পাত।।
অ' মোৰ ওপজা
ঠাই
অ' মোৰ অসমী
আই
চাই লওঁ
তোমাৰ মুখনি এবাৰ
হেঁপাহ মোৰ
পলোৱা নাই।।
The Lyrics of the State Song in English is given below -
O Mur Apunar Dekh
O Mur Sikuni Dekh
Enekhon Huola
Enekhon Hufola
Enekhon Moromor Dekh
O Mur Huriya Maat
Axomor Huodi Maat
Prithibir Kotu Bisari Jonom Tu
Nupua Korileo Paat
O Mur Upoja Thai
O Mur Akhomi Aai
Sai Lou Ebar Mukhkhoni Tumar
Hepah Mur Polua Nai
Content Published by DHRUBA JYOTI DEKA & ABISMITA NATH
.jpg)
.jpg)