Type Here to Get Search Results !

বিপৰীতার্থক শব্দ | বিপৰীতার্থক শব্দ লিখা | অসমীয়া ব্য়াকৰণ

0

 বিপৰীতার্থক শব্দ

কোনো শব্দৰ ওলোটা অর্থ প্রকাশ কৰা শব্দকে বিপৰীতার্থক শব্দ বোলা হয়। যেনে-'ভাল' -এই শব্দৰ বিপৰীত অর্থ বুজোৱা শব্দ 'বেয়া'। তলত এনে কিছুমান শব্দ আৰু সিহঁতৰ বিপৰীত অর্থ বুজোৱা শব্দ তলত উল্লেখ কৰা হ'ল |


বিপৰীতার্থক শব্দ | বিপৰীতার্থক শব্দ লিখা | অসমীয়া ব্য়াকৰণ



শব্দ

বিপৰীতার্থক শব্দ

দিন

ৰাতি

সঁচা

মিছা

ওখ

চাপৰ

চুটি

দীঘল

উৎসাহ

নিৰুৎসাহ

মনোনীত

অমনোনীত

সাধাৰণ

অসাধাৰণ

বলী

দুর্বলী

সাহসী

ভীৰু (কাপুৰুষ)

বঢ়া

টুটা

উৎকৃষ্ট

নিকৃষ্ট

পুৰস্কাৰ

তিৰস্কাৰ

প্রশংসা

গৰিহণা

প্রবেশ

প্রস্থান

আগমন

গমন

আশা

নিৰাশা

সধৱা

বিধৱা

সপুত্রক

অপুত্রক

আশীর্বাদ

অভিশাপ

সম্পদ

বিপদ

যশ

অপযশ

আশ্রয়

নিৰাশ্রয়

আগলৈ

পিছলৈ

সাধু

অসাধু

পুৰুষ

তিৰোতা

ডাঙৰ

সৰু

স্বর্গ

মর্ত্য

ইকুল

সিকুল

ইহকাল

পৰকাল

জন্ম

মৃত্যু

উপকাৰ

অপকাৰ

ঘৰচীয়া

বনৰীয়া

ধনী

দুখীয়া

শিক্ষিত

অশিক্ষিত

পণ্ডিত

মূর্খ

বগা

'লা

গোটা

জুলীয়া

পার্থিব

অপার্থিব

সার্থক

অসার্থক

পৰিশ্ৰমী

এলেহুৱা

আয়

ব্যয়

লাভ

লোকচান

উচ্চ

নীচ

আদৰ

অনাদৰ

সৌভাগ্য

দুর্ভাগ্য

সুন্দৰ

কুৎচিত

মনোযোগ

অমনোযোগ

স্বাধীন

পৰাধীন

জয়

পৰাজয়

দেশী

বিদেশী

আপোন

পৰ

দৃশ্য

অদৃশ্য

ন্যায়

অন্যায়

অনুকূল

প্রতিকূল

শত্ৰু

মিত্র (বন্ধু)


Post a Comment

0 Comments