Type Here to Get Search Results !

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | ৰবীন্দ্ৰনাথ ঠাকুৰ | The National Anthem of India

0

জন-গণ-মন-অধিনায়ক, জয় হে গীতটি মূলতঃ বাংলা ভাষাত ৰচিত যদিও এই গীতটো ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে হিন্দী সংস্কৰণত গ্ৰহণ কৰে।



ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | ৰবীন্দ্ৰনাথ ঠাকুৰ | The National Anthem of India




ৰাষ্ট্ৰীয় সংগীত
                                              

                                                ৰচক :- ৰবীন্দ্ৰনাথ ঠাকুৰ

 

 

জন-গণ-মন-অধিনায়ক, জয় হে

 

ভাৰত-ভাগ্য-বিধাতা

 

পঞ্জাব-সিন্ধু-গুজৰাট-মাৰাঠা

 

দ্রাবিড়-উৎকল-বংগ

 

বিন্ধ্য-হিমাচল-যমুনা-গংগা

 

উচ্ছল-জলধি-তৰংগ

 

তব শুভ নামে জাগে, তব শুভ আশিস মাগে,

 

গাহে তব জয়-গাথা।

 

জন-গণ-মংগল-দায়ক জয় হে

 

ভাৰত-ভাগ্য-বিধাতা।

 

জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে।

 

 


ইয়াৰ ছবি তলত উল্লেখ কৰা হ'ল:-



ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | ৰবীন্দ্ৰনাথ ঠাকুৰ | The National Anthem of India





The National Anthem - Full Versions in English


National Anthem

       Rabindranath Tagore

 

Jana-gana-mana-adhinayaka jaya he


Bharata-bhagya-vidhata


Punjaba-Sindhu-Gujarata-Maratha


Dravida-Utkala-Banga


Vindhya-Himachala-Yamuna-Ganga


uchchala-jaladhi-taranga


Tava Shubha name jage, tava shubha asisa mage,


gahe tava jaya-gatha.


Jana-gana-mangala-dayaka jaya he


Bharata-bhagya-vidhata.


Jaya he, Jaya he, Jaya he,


jaya jaya jaya, jaya he.


 


ইয়াৰ ছবি তলত উল্লেখ কৰা হ'ল:-




ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | ৰবীন্দ্ৰনাথ ঠাকুৰ | The National Anthem of India





ৰাষ্ট্ৰীয় সংগীতৰ প্ৰথম আৰু শেষ শাৰীৰে গঠিত এটা চুটি সংস্কৰণো কিছুমান বিশেষ অনুষ্ঠানত বজোৱা হয়। তলত উল্লেখ কৰা হ'ল:- 


Jana-gana-mana-adhinayaka jaya he


Bharata-bhagya-vidhata.


Jaya he, jaya he, jaya he,


Jaya jaya jaya, jaya he.



 

ইয়াৰ ছবি তলত উল্লেখ কৰা হ'ল:-




ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত | ৰবীন্দ্ৰনাথ ঠাকুৰ | The National Anthem of India

To play and Download the National Anthem  🔗 CLICK HERE

Published by DHRUBA JYOTI DEKA

Post a Comment

0 Comments